অসমীয়া যুক্তাক্ষৰ আৰু শব্দ।।
ক্ত = ক+ত ৰক্ত, তিক্ত।
ক্ৰ = ক+ৰ চক্ৰ, ক্ৰীড়া ।
দ্ভ = দ+ভ সদ্ভাৱ, উদ্ভিদ, উদ্ভৱ।
ম্ভ = ম+ভ ৰম্ভা, কুম্ভ।
হ্য = হ+য় সহ্য, অসহ্য।
( ' হ ' ৰ লগত ' য় ' যোগ হ'লে তাৰ উচ্চাৰণ ' জ ' ৰ নিচিনা হয়।)
ষ্ক = ষ+ক পৰিষ্কাৰ, পুস্কৰ, দুষ্কৰ ।
চ্ছ = চ+ছ ইচ্ছা, শুভেচ্ছা।
শ্চ = শ+চ পশ্চিম, নিশ্চয়।
স্ব = স+ৱ স্বভাৱ, স্বাস্থ্য।
জ্ব = জ+ৱ জ্বলন্ত, জ্বালামুখী।
Post a Comment